পৃষ্ঠা:মূলা-গাভৰু.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৬ ] —কোন এই লৰ৷ তোমাৰ লগত? কাৰ গৰ্ভজাত। পিতৃ কোন তাৰ? নঃ নঃ। কি কাম তেওঁক সুধিব লাগিছে। স্বৰ্গদেও! নহওঁ নজনা মই। কিম্বা নহওঁ কেচুৱা৷ জানো মোৰ নিজৰ বৃত্তান্ত। কিন্তু লাগে লাজ কবলৈ তাক। সি অতি অবিচাৰ শোকৰ কাহিনী। সঁচা কবলৈ নকৰিবা নাজ। নেভাৰিব৷ একে৷ নেকি! কোৱা খুলি কিব| জানা তুমি। নঃ লঃ। সকলো দোষৰ ভাগী তযু পিতৃদেও! সাতিনীৰ টুটকীয়া নিছ৷ কথা শুনি ভ্ৰান্তি উপজিল নিজৰ মনত। চেলু লৈ এক ক্ষুদ্ৰ জগত, খেদালে ঘৰৰ ৰাজ কৰি সৰু ৰাণী সগৰ্ভ৷ নিজৰ, দিলে পৰ্বতৰ নগাক গতাই। কেচুৱাৰে পৰা লৰা থাকি পৰ্বতত ডাঙৰ দীঘল হল নগাৰ লগত।