পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আকাশ পৃথিৱী ছানে
ছলনাৰ পদে
তেজ ডোঙাপতা পথাৰত
ছোঁ এটাই পহৰা দিয়ে
তিলনি ডৰাৰ পৰা
কুঁৱলী ভেদি
ভাঁহি আহে
এষাৰ কৰুণ মাত। ■

মা টি ৰ মা লি তা ৩৯