পৃষ্ঠা:মাটিৰ মালিতা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাগৰ কৰুণ বিস্তাৰণ।
চকুৰ মণিত তোৰ
ৰমণৰ মুগ্ধ পখিলা
স্ফীত স্বৰযন্ত্ৰত মাথোঁ
ভোমোৰাৰ গুঞ্জন।
গাই থাক
গাই থাক
ৰাতি নোপুওৱালৈকে।

মা টি ৰ মা লি তা ১৯