পৃষ্ঠা:মাটিৰ মালিতা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বাক্‌হী‌ন

 

কিহৰনো দুখ
তোৰ অবোধ গানত
আলাপৰ অপলাপ
তোৰ বেসুৰা তানত
অন্নৰ
শব্দৰ
বৰ্ণৰ
নে আন কিহবাৰ।

টোকাৰিৰ
ঢিলা তাঁৰত
অবিৰাম বুলন
বাক্‌হীন বৰাগী
অফুট কণ্ঠত তোৰ

১৮ মা টি ৰ মা লি তা