সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভা জি PF বা 00 00 00 মহৰী কাকো তৃণ এডাল যেনো নেদেখে। আশা কৰোঁ, বোপা, তুমি যেন মোক নাপাহৰা, আৰু মোলৈ সময়মতে একোগাল ভাল চাই পিকু চাহ পঠিয়াই থাকিবা দেই। সেইটো ক'ব লাগিছে নে? এতিয়া আপুনি মোক চিনিব পৰা নাই; পিছতহে গম পাব। এতিয়া তেন্তে মই যাওঁ। ভাল বোপা। যোৱাঁ। (ভাবি গ'ল (ভিতৰৰপৰা আহি তেলৰ বাটিটো, কাকতৰ টোপোলা লৈ) দেউতা, আকৌ আইদেৱে মাতিছে আকৌ। গা ধুবলৈ আকৌ ভিতৰলৈ আকৌ বহুত বেলি আকৌ হ’ল আকৌ। (দুইৰো প্ৰস্থান) ৫