সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বা 15 ভা বা 00 00 00 জি 00 5 2 5 ভা জি মহৰী (অলপ ডাঙৰকৈ) হেৰ' মই তোক কাপ-মৈলামযোৰ আৰু সেই মোৰ কাকতৰ টোপোলাটোহে খুজিছিলোঁ। সোপাই দেখোন মেজৰ ওপৰতে আছে। মই আকৌ যাওঁতে আকৌ মাজতে আকৌ সোপাকে আকৌ পাহৰিলোঁ। (হাঁহি হাঁহি) মাজতে পাহৰিলেহে হয়। মেজৰ মাজৰ “জ” টো পাহৰি “মেৰ” সাজি, তাতে অথনিৰেপৰা খচ্‌চাই ফুৰিছে। ময়ে লৈ আহোঁগৈ। (উঠি ভিতৰলৈ সোমাই গৈ, টোপোলাটো লৈ আহিল)। (ভাবিৰামলৈ আঙুলিয়াই) হেৰ’ভূত, সৌৱা দেখোন বাপাই গিৰি কৰে লৈ আহিলগৈ। ক'ত আছে কৈ দিয়াতো তই তেও আনিব নোৱাৰিলি। তই ঘৰৰ মানুহটোৱে ক'ত কি থাকে ক'ব নোৱাৰ। মিছাকৈয়ে গোটেইখন ঘৰ খপ্‌খপাই ফুৰিলিগৈ। মোৰ কাষৰ পৰা গুচি যা, এইটো একো কামৰ নহয়। (মাহি-মুহাকৈ এফলীয়া) দেউতাই মোক আকৌ মিছাতে আকৌ খং কৰিছে, এইবোৰ আকৌ ক'ত থাকে আকৌ ম‍ই আকৌ ক’ব নোৱাৰোঁ আকৌ। (ভিতৰলৈ গ'ল।) (চকুত চকুযোৰ লগাই, কাপটো মুঠি মাৰি লেপেটা কাঢ়ি বহি লিখিবলৈ ধৰিলে। পাছে লিখা অন্ত হ'লত ভাবিৰামলৈ কাপটো চোঁৱাই বোপা! এইখন লিখা হল, তুমি মোৰ নাম চাহাবে নিজে পঢ়িব পৰাকৈ লিখি লোৱাঁ। ভাল, দিয়ক। (নামটো ইংৰাজীৰে লিখে।) 00 বোপা, পঢ়ি চোৱাচোন, কেনে হৈছে বাৰু? (চিঠিখন পঢ়ি) বেছ হৈছে, একো বেয়া হোৱা নাই। মই যি পাৰোঁ লিখিছোঁ। তেওঁ তোমাক বৰ মৰম কৰিব। তুমি মাথোন কাৰোৰ লগত দ্বন্দ্ব-হাই নকৰি মিলেৰে থাকিবা। হাকিমজন বৰ চিকুণ। তেওঁৰ যহত বহুতে একঠা সুখেৰে খাবলৈ পাইছে। মানুহে বাগিচাত কাম-বন কৰি ধন-টকাদিয়েক হ’লেই মট্‌মটাই ফুৰে; 8