সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৱৰীয়াবিলাক মুনিহ মিষ্টাৰ ফক্স হলিৰাম বৰা

ঔগুৰি বাগিচাৰ বৰ চাহাব বৰ মহৰী মিনাৰাম দাস : হাজিৰা মহৰী দুখু

চৰ্দাৰ

লালুৱা

এটা বেঙলী কুলী।

জিউৰাম

শিৱসাগৰৰ এজন উকীল। ভাবিৰাম শৰ্মা : জিউৰামৰ ভতিজা পুতেক। বাপি কোচ

ঘৰ-বন্দী। আব্দুৰ ৰহমান : মুছলমান সাউদ এজনৰ পুতেক চমিদ্দিন

এটা বজৰুৱা মুছলমানৰ ল'ৰা। চহিচ ঃ ফক্স চাহাবৰ। ভেকোলা : এটা ডোমৰ ল'ৰা, মাকৰীৰ ভায়েক। তিৰোতা সুমথিৰা : ভাবিৰামৰ মাক। মাকৰী : এজনী ডুমুনী; ফক্সৰ মেম। লছমী : ঔগুৰি বাগিচাৰ কুলীয়নী।