সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভা D W ফ G 00 ভতিজাক হওঁ, হজুৰ। ফ 00 ফ G 00 00 00 মহৰী মই টোমাক পহিলা কাম হিকাব। টুমি কাম হিকিলে বহুট টলপ ফাব ফাৰে। মই মহৰী বাবুক কৈ ডিব, টুমি আজ টাটে টাকিব। কাল ফজিট টুমি মোৰ বঙলা আহিব লাগে, বুজিলে? হয় হজুৰ, বুজিছোঁ। (হলিৰামক) মহৰী বাবু। এইটো বাল মানুহৰ ল'ৰা আছে, টুমি খুব বাল কৰি ৰাখিব লাগে। ভাল হজুৰ। টুমি এতিয়া মহৰী বাবুৰ গৰট যাব লাগে, বুজিছে? ভাল, হজুৰ। (সকলো গুচি গ'ল ) ২৫