সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মা ফ মা ফ মা 41 ফ মা 00 00 00 00 00 00 মহৰী তৃতীয় দৰ্শন বঙলাৰ ভিতৰৰ এটা কোঠা (মাকৰী মেম আৰু মিষ্টাৰ ফক্স) ) (ফক্সৰ ফালে চাই) হেৰ, সেকাৰ সোৱাৰ পো, কটাৰ পো বন্দি ইমান পৰলৈ ক'তনো গা গেন্ধুৱাই ফুৰিছিলি? মই তোলৈ বাট চাই থাকোঁতে চকু বিষাল। ভাৰ্ত সাবেলেকো যাব পৰা নাই। টুমি বাট কাবলৈ নগ'ল কেলেই মেমচাহেব? মোৰ বঙলাট চৌকিডাৰ আছে; টুমি পাহাৰ ডিছে নেকি? নহয়, ঘেকেটি সোৱাৰ পো! তোৰ আকৌ চিকুণ মুসসনি চাই নগ’লে মোৰ ভাতে পেট নভৰে। টুমি মোক খুব বাল ফায় হ’বলা। মোৰ গৰট কানা নেখায় কেলেই? খুব বাল কানা আছে, কাব লাগে। হেৰ, সেকাৰ সোৱাৰ পো! তই মোৰ জাত-কুল মসাকে মাৰিলি। এতিয়ান আকৌ কাণ-মূৰ কাটি ৰং চাব সুজিছ নে? সঁচা-সঁচিকৈয়ে মই তোক দেখোন বৰ ভাল পাওঁ। অ’ হেপামুৱা বুঢ়া বিট-শগুণ। (লাহে লাহে দুটি চৰ মাৰে মই জানে, টুমি মোক বৰ বাল ফায়। টুমি মোৰ কাৰণ বঙলাট টাকি বোকট কেলেই ডুক ফাইছে? ডুচুৰা ৰোজ টুমি কেটিয়াও নাই টাকিছে, আজি কেলেই আছে? মই জানিছিলে টুমি কিজানি বাট কাবলৈ যাব ফায়। এটিয়া কিজানি তোমাৰ খুব বোক লাগিছে। নাই লগা নো কি? মই জানো তোৰ দৰে ৰাতিপুৱা সেই মদে- কুকুৰাই এসাজি সাই আহিছোঁ, তালৈকে এতেপৰ ভোক নেলাগিব? অ' টিক কথা। এটিয়া কিজানি যাব ফাৰে। হেৰ' সেকাৰ সোৱাৰ পো! মইনো এতেপৰ তোলৈ কেলেই ৰৈ আছোঁ, নোসোধ কিয়? মই জানে, কি জানি তোমাৰ কিবা বষ্টুৰ ডকাৰ হব ফাৰে। 4 41 ফ 00 মা ফ 00 ২৬