সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফ 5 W 5 ফ ভা 41 ফ ভা ফ M ফ 5 2 5 ŵ ভা ফ ফ 1 5 W 00 00 00 00 00 00 00 00 00 00 মহৰী (ভাবিৰামক) ডেকিছে? মোৰ চইছ কাম নাই আছে বুলিছে। (চহিছক) টুমি যাব ফাৰে। (চহিচ চেলাম দি গুচি গ'ল (কন্দনামুৱাকৈ) নাই যদি নেলাগে হজুৰ! মই ঘৰলৈকে যাওঁগৈ। (অলপ কোমলকৈ) এটিয়া ৰাটি হৈছে, টুমি কট টাকিব? হজুৰৰ বাগিচাত মানুহ আছে যদি ইয়াতে থাকি কাইলৈ পুৱাই ঘৰলৈ যামগৈ। (টানকৈ) টুমি জানিছে, টুমি মানুহ আছে, টুমি মানুহ আছে, ম‍ই বুট আছে। ইউ ষ্টুপিড্ ডেম্‌ ব্লডি ফুল। (ভয়েৰে) মই হজুৰক একো বেয়া কথা কোৱা নাই। টুমি কৈছে, টুমি মানুহ আছে, মই বুট আছে। (কুকুৰটোলৈ আঙুলিয়াই) হেইটো ডেকিছে? হয়, দেখিছোঁ। কি আছে? হজুৰৰ কুকুৰ আছে। (খঙত জল্জলাই) মই কুকুৰ আছে,টুমি মানুহ আছে, মই বুট আছে, কুকুৰ আছে? আচ্ছা, মই টোমাক বালকৈ হিকাব। ষ্টুপিড্ ডেভিল। (ভয়ত কঁপি কঁপি) হজুৰ! মই সৌ গঁৰালত থকা কুকুৰটোৰ কথাহে কৈছোঁ। 00 কেনে জেগাত মোৰ কুকুৰ আছে ডেকিছে? ভা 00 ফ ফ 00 00 হয়, হজুৰ। দেখিছোঁ। টুমি কিজানি টাকিবলৈ তেনেকুৱা জাগা নাই ফাব। (নিলগতে হলিৰামক দেখি চিঞৰ মাৰি) বৰ বাবু। (লৰ মাৰি আহি, দীঘল চালাম দি) হজুৰ। (ভাবিৰামক কোমল কথাৰে) টুমি ল'ৰা মানুহ আছে, বুজিছে? একো কটা নাই জানিছে। মই তোমাক জ্ঞান দিলে, বুজিছে? টোমাৰ একো বয় নাই আছে। মোৰ উকীল বাবু চিঠি লিখিছে, মই টোমাক কাম দিব। টুমি উকীল বাবুৰ কি আছে? ২৪