সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফ WwD WW ফ 441 G ফ ভা ফ ভা ফ ফ ভা 5 2 5 1 5 W D L D D D D D ফ ফ চ 00 00 00 00 0 মহৰী দ্বিতীয় দৰ্শন চাহাবৰ বঙলাৰ বাৰাণ্ডা (মিষ্টাৰ ফক্স আৰু ভাবিৰাম) (বঙলালৈ আঙুলিয়াই) টুমি মোৰ কেনেকুৱা গৰ আছে ডেকিছে। হয়, হজুৰ দেখিছোঁ; বল ভাল আছে। টুমি ইয়াতে টাকিব, মই জল্‌ডি আহিব। (বঙলালৈ সোমাই গ'ল ) ভাল, হজুৰ। (ভিতৰৰ পৰা ৰুলবাৰি এডাল লৈ আহি) এইটো মোৰ হাতত কি আছে ডেকিছে? হয়, হজুৰ দেখিছোঁ; সেইডাল ৰুলবাৰি। মই টোমাক কি কৰিব ফাৰে? হজুৰৰ যি ইচ্ছা তাকে কৰিব পাৰে। (খঙেৰে আঙুলি জোকাৰি) মই টোমাক বালকৈ হিকাব। (ভয়েৰে) হজুৰ মা-বাপ, দুনিয়াৰ মালিক, যি খুছি কৰক। টোমাক কি লাগে? হজুৰ, কাম বিচাৰি আহিছিলোঁ। কাম কৰিব ফাৰে? হয় হজুৰ। দিলে গোলামে কৰি চাব পাৰোঁ। (চিঞৰ মাৰি) বৰা চইছ! (ভিতৰৰ পৰা আহি) হজুৰ! ফ 00 ইস্তাৰাফ্‌ আও। ফ বহুত আচ্ছা (ওলালহি)। টোমাৰা ক’ই চইছকা ডৰ্কাৰ হেই? নেই হজুৰ। স্বব আদমি পূৰা হেই 25