সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মি ল মি লা 00 00 00 মহৰী পাবে, কুছ ভয় নাই আছে। হেই? দেখৰেই, বৰা চাহাব আহিছে। কিজানি বঙলামে আহিছে ৰেই। তুমি আভি যাও। হামি চাহেবকে পাছ যাব। বাবু, হামি আজ তোমাৰ ঘৰমে যাব, পইচা দিবি হো। (লছমী গ'ল (লালুৱা আহি, হেলেং পেলেংকৈ মদৰ ৰাগিত জাত ধৰি আমি আস্বিয়াছি। হুৰে হুৰে লাউ পানী মজা লুটিয়াছি হৰে দূৰ, কস্বে টানি, কি ৰেই লালুৱা? আজ কিমান লাউপানী খাইছে? কে ৰে বেটা মনা-কাটা। নাম ধৰে ডাক? পেলে পৰে মাৰ্ব্ব তোৰে দূৰ হয়ে থাক। এক চৰে উল্টা কৰে, ফেলে দিব তোৰে; বাবা বলে যাবি চলে যমৰ নগৰে। মি : লা 00 মি : হেই লালুৱা। হামাকে তুমি গালি দিছে? বাৰু ৰহ, হামি চাহাবকে বলি দিম। (খেমটা তালত নাচি নাচি গীত গায় ) কৰি কাৰে ভয়, আমি কৰি কাৰে ভয়? যেদিকে-সেদিকে যায়, মদ খেয়ে জয়॥ লোকে কিবা কয়, মোৰে লোকে কিবা কয়; মদ খালে ৰাজা বলে, দূৰ হয়ে ৰয়। (লালুৱা গুচি গ'ল) (বেজাৰ মনেৰে কপালৰ আগ ঘোপা কৰি) দেখিছ বোলে এতিয়া বেঙুলীৰ সাহৰ গোটটো। আও! ই আশয় পাই দেখোন গললৈকে জঁপিয়ায়; হায়, হায় “কালৰো কাল ঐ বিপৰীত কাল। হৰিণাই চেলেকে বাঘৰ গাল।”