সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মি : ল মি ল ☑ 00 00 00 ল 0 0 323 মি ল মি 00 00 00 00 ল 00 মহৰী দ্বিতীয় অংক প্ৰথম দৰ্শন বাগিচাৰ মাজৰ আলিবাট (মিনাৰাম আৰু লছমী) হেই লছমী! তই বক্‌বক্‌ নাই কৰিবি ৰেই। হামি কি তোকে নাই দিম বুলিছে? কি বাবু! হামি তোমাকে মাগিলে, তুমি ৰাগ কৰিছে, ঝুট-মুট দিম বুলি থাকিছে। হেই! ভাত এক দিন কাম কৰিছে, আমি দুই দিনকে হাজিৰা দি দিছে। তুমি তাকে পুছ কৰি দেখিবিচোন। হেই লছমী! হামি কেতিয়াও ঝুট বাত নাই কৈছে? বুজিছে, তোমাৰ মৰদ বেমাৰী আছে, হামি তাকে চাত ৰোজকে হাজিৰা দিছে। উচ্ছে আধা হামাকে দিবাৰ লাগিবে। তুমি মদকে কৈ দিবি হো নাই লাগে বাবু। হামাৰ চাৰ আনা পইচা এখন দি দিলে হামি চলি যাব। মৰদকে বাত মৰদ জানে। হামাৰ পইচা হামাকে কাহেঁ নাই দিছে। তুমি পাগলী আছে নেকি ৰেই? হামি এতিয়া তোমাৰ জন্যে মেৰতলীমে ভৰাই পইচা লৈ আহিছে— তুমি কি পইচা নাই পাবি? হেই লছমী, তুমি পইচা পাবি। ভয় নাই কৰিবি ৰেই কবে পাব বাবু? এক পষ মানচে দেৰিমে। দেৰি নাই লাগে; বাবু। তবে হামি চাহেবকে বলি দিব। গৰীব মানুছ কাম কৰিছে, পইচা নাই পাইছে। হেই, তুমি চাহেবকে বলিলে মোৰ কাণ দুইঠো কাটিবে নেকি ৰেই? তোমাৰতো সেইটো কাম কৰা পইচা নাই আছে। হামি বেছি কৰি হাজিৰা লেখিহে তোমাকে পোৱা কৰিছে। উস্নেকে আধা হামি পাবে, আধা তুমি পাবে কাঁহে তবে ইমান দিনমে নাই পাইছে। ২১