সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয়, হজুৰ। জানো। মহৰী তেনেহ'লে টুমি কেলৈ গোৰাট উঠি আহিছিলে? হজুৰ! গোলামে পাহৰিলোঁ। ফ ভা ফ ফ ফ ফ MG AM GAME ME M ভা 00 কেলৈ ফাহৰিলে? 00 হজুৰ! মনত নপৰিল। 00 টুমি বাট কাই আহিছে? ভা ফ ভা ফ ভা 5 W 5 ŵ 5 ŵ 5 ŵ 5 2 5 ফ ভা ফ ভা ফ ফ ভা ফ হয়, হজুৰ। গোলামে ভাত খাই আহিছোঁ। 00 বাট কাবলৈ মনত টাকিছে? 00 00 00 00 00 00 00 00 00 00 00 00 00 00 হয়, হজুৰ। ভাত খাবলৈ মনত আছিল। (চকু পকাই) টোমাৰ বাট খাবলৈ মনট টাকে, আৰ গোৰাট নুটিবলৈ ফাহৰি যায়? টুমি মোক ফাকি দিছে। মই টোমাক বাল কৰি গোৰাট উটাব। তুমি মোক চিনি ফাইছে। হয়, হজুৰক চিনি পাইছোঁ। মোৰ নাম জানে? হজুৰ! জানো। কোন কইছিলে? হজুৰ! কিতাপত পাইছিলোঁ। কি নাম আছে? হজুৰ! মোৰ ক'বলৈ ভয় লাগিছে। কেলেই বয় কৰিছে? হজুৰৰ নামটোৰ অৰ্থ মনত পৰি॥ কি মনট ফৰিছে? (ভয়ত বিচুৰ্তি হৈ) হজুৰক দেখি ভয়তে হাত-ভৰি লুকাল। ক'বলৈ সাহেই নহয়। একো বয় নাই আছে; ক'ব লাগে। (মাহি-মুহাকৈ) এ স্লাই ফক্স, মেট্‌ এ হেন্‌, ইন এ লেন্, ক্লোজ টু মাই ফাৰম্‌ (খঙেৰে) ইউ ব্লাডি, টুমি কি কৈছে? ১৮