সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিঃ ফ ঃ দুঃচঃ ফ M ভ] AM ভা ভা ফ ভা ফ 51 ফ দু ফ ভা 156 157 156 57 5 W D ŵ 5 w ফ ভা ফ ভা ফ 00 00 00 00 00 00 00 00 00 00 মহৰী পঞ্চম দৰ্শন ঔগুৰি চাহ বাগিচা (মিষ্টাৰ ফক্স আৰু দুখু চৰ্দাৰ (দুখুৰ ফালে চাই) হেইটো কোন নেবাবকে বেটা আছে— মোৰ বাগিচাত গোৰাট উঠি আহিছে? হজুৰ! উহা ঘোড়া ছোৰকে ইস্তাৰফ আতা হেই, কিজানি, হজুৰ স্বে মোলাকাত কৰনেকো আতা হোগা (নিলগতে থিয় হৈ দীঘলকৈ চালাম দি) হজুৰ! চেলাম। (টেলেকাকৈ চাই) ইউ ইয়ং মেন্‌, তুমি ক'ত যাব লাগে? (ভয়েৰে) হজুৰক চেলাম দিবলৈ আহিছিলোঁ। (খঙেৰে) ইউ ষ্টুপিড্ ডেম ব্লডি ফুল, টুমি মোক কি চালাম দিবলৈ আহিছে— মই কি লাট চাহেব আছে? তোমাৰ বাপৰ দিনত কেতিয়াবা এনেকুৱা বাগিচা ডেকিছিলে? তুমি কোন নেবাবকে বেটা আছে? (মুখেৰে একো নামাতি চিঠিখন উলিয়াই দিয়ে।) (চিঠিখন চাই, চহীটো পঢ়ি) অ' মোৰ উকীল বাবু ডিছে। বাৰু, তুমি টাকিব লাগে। (দুখুক) দুখু হজুৰ। টুমি জদি বাবুকে গোৰা ফাটক দি আহিব লাগে। বহুত আচ্ছা, হজুৰ (ভাবিৰামক) টুমি জানে এইটো কাৰ বাগিচা আছে? হয়, হজুৰ, জানো। কাৰ বাগিচা আছে? হজুৰৰ। কেনে ডেকিছে? ভাল দেখিছোঁ, হজুৰ। টুমি জানে, মোৰ বাগিচাত গোৰাট উঠি আহিবৰ হুকুম নাই আছে? ১৭