সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভা 41 G ফ ভা ফ ফ GG ভা ফ M M ভা ফ ভা 00 00 00 00 00 00 মহৰী হজুৰে যি সুধিছে, মই তাকে কৈছোঁ। (চকু টেলেকাকৈ) মই তোমাক গালি দিবলৈ নাই কৈছে। মই হুদিছে, টুমি মোৰ নাম কেনেকৈ জানিলে? টুমি কৈছে— এ স্লাই ফক্স। মই কৈছে— এ স্লাই ফক্স, তোমাৰ বাবা আছে। (ভয়েৰে) হজুৰ! মৰিবলৈকে, মই তাহানিখন লাষ্ট ক্লাছত ফাৰ্ষ্ট বুক পঢ়োতে পাইছিলোঁ। কিতাপটো পালে মই, হজুৰ! এতিয়াও দেখুৱাই দিব পাৰোঁ। নাই, নাই, হেইটো কিতাপট টাকিব পাৰে। মই টোমাক ইয়াট কিতাপ পঢ়িবলৈ মটা নাই আছিলে। মই হুডিছিলে— মোৰ নাম কোন মানুহৰ মুখট হুনিছিলে? মই তোমাক চিনি ফাইছে, টুমি খুব লাটুৱা মানুহ আছে। বাৰু টুমি কিমান পঢ়িছিলে? হজুৰ! ফিপ্‌ ক্লাছলৈকে পঢ়িছিলোঁ। স্কুল কেলেই এৰিলে? (কান্দো-কান্দো হৈ) দেউতা ঢুকালত খৰচ-পত্ৰ দিওঁতা নাইকিয়া হ’ল গুণে পঢ়িব নোৱাৰিলোঁ। মই অচমীয়া কটা ক’লে টুমি ইংলিছ বনাই দিব ফাৰে? হজুৰ। অলপ-অচৰপ পাৰিম। বাৰু, টুমি ইংলিছ বনাও - ১. কেৰাণী বাবু! টুমি আহিব লাগে। ২. মই টোমাৰ ঘৰ চিনি ফায়। ৩. যি যি মানুহ কাম কৰে, হি হি মানুহ হুক পায়। এই তিনটা কটা টুমি মোক এটিয়া বালকৈ ইংলিছ বনাই দিব লাগে, বুজিছে? “কেৰাণী টুমি আহিব লাগে” অৰ্থাৎ হু কুইন্‌ ইউ কম্ ওয়াণ্ট, বা হে কুইন্‌ ইউ কম্ হিয়াৰ। “মই তোমাৰ ঘৰ চিনি পায়” অৰ্থাৎ আই ইউৰ নে চুগাৰ ফাইণ্ড বা আই চুগৰ্‌ ইউৰ নেষ্ট। ১৯