পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

দ্বাৰা উপলব্ধি কৰিব নোৱাৰি তেৱেঁ ব্ৰহ্ম (১৷৩-৮) * শ্বেতাশ্বতৰোপনিষদেও তাকে কয় †৷

 মহাপুৰুষ মাধৱদেৱে গাইছে :—

অব্যক্ত ঈশ্বৰ হৰি  কিমতে পূজিব তাঙ্ক
 ব্যাপকত কিবা বিসৰ্জন।
এতাৱন্ত মূৰ্ত্তিশূণ্য  কেনমতে চিন্তিবাহা
 ৰাম বুলি শুদ্ধ কৰা মন॥

(নামঘোষা-৫)


  • যদ্বাচীনভ্যূদিতং যেন ৰাগভূদ্যতে

তদেৱ ব্ৰহ্ম ত্বং বিদ্ধি নেদং যদিদমুপাসতে॥
যন্মনসা ন মনুতে যেনাহুৰ্ম্মনো যতষ্।
তদেৱ ব্ৰহ্ম ত্বং বিদ্ধি নেদং যদিদমুপাসতে॥
বচ্চক্ষুধা ন পশ্যতি যেন চক্ষুংৰি পশ্যতি।
তদেৱ ব্ৰহ্ম ত্বং বিদ্ধি নেদং যদিবমুপাসতে॥
যচ্ছ্ৰোত্ৰেণ ন শৃণোতি যেন শ্ৰোত্ৰমিদং শ্ৰুতম্।
তদেৱ ব্ৰহ্ম ত্বং বিদ্ধি নেদং যদিদমুপাসতে॥
বৎ প্ৰাণেন ন প্ৰাণীতি যেন প্ৰাণঃ প্ৰণীয়তে।
তদেৱ ব্ৰহ্ম ত্বং বিদ্ধি নেদং যদিদমুপাসতে॥ (১৷৪-৮)

  • যেনে :— ন সংদৃশে তিষ্ঠতি ৰূপমস্য ন চক্ষুষা পশ্যতি কশ্চনৈনম।

 হৃদা হৃদিস্থং মনসা এনমেৱং বিদুৰামৃতান্তে ভৱন্তি॥

(৪৷২০)