পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৸৹

যায়। বাণীৰ কোনো কোনো কথা গীতা, মহাভাগৱত আদি হিন্দু ধৰ্ম্ম-শাস্ত্ৰতো পোৱা যায়। কিন্তু মহাপুৰুষে সিবিলাক মানি লৈ তেওঁৰ শিক্ষাৰ অন্তৰ্ভুক্ত কৰিছে। কীৰ্ত্তন আৰু ভক্তি-ৰত্নাকৰ এনেকুৱা শাস্ত্ৰ। মহাপুৰুষে উভয় পুথিকে জন-সাধাৰণৰ শিক্ষাৰ বাবে ৰচনা কৰিছিল। এতেকে এনে শাস্ত্ৰৰ কথাও বাণীত সন্নিবিষ্ট কৰা হৈছে। ইয়াত কিবা দোষ হলে সাধুসকলে ক্ষমা কৰিব বুলি আশা কৰিলোঁ। সকলো বাণী দিয়া সম্ভৱপৰ নহয়।


শ্ৰীকালি ৰাম মেধি।
৩০৷১৷৪৮