এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ময়না
কিন্তু আজিলৈকে জানিব নোৱাৰিলোঁ, এই ঘটনাত কিবা সত্য আছিল, নে ই বঙালী উপন্যাস পঢ়া মোৰ বিকৃত মস্তিষ্কৰ অদ্ভুত উদ্ভাৱনা।[১]
- ↑ এই গল্পটো “তটিনী-তীৰে” নামত হাতে লেখা আলোচনী ‘অঙ্কুৰ’ত ( প্ৰথম ভাগ, ষষ্ঠ সংখ্যা, ১৮২৭ শক, আহিন ) প্ৰকাশ হৈছিল। সেই গল্পটোকে কিছু সালসলনি কৰি নতুন নামত ইয়াত সন্নিবিষ্ট কৰিছে।—সং, শ গো. ৰ.