পৃষ্ঠা:মঞ্জৰী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মঞ্জৰী
৪১
 


(১১৯)

লম তুলি শত দুঃখ নকৰো আক্ষেপ
কৱিতাই হ'ক মোৰ চিৰ লগৰীয়া;
উৰুমিৰ বুকুভঙা  কৱিতা বনতে সখি
বিৰাজিব মাথে৷ এই চিৰ-ব্যৰ্থ হিয়া।