পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভেমতে ওফন্দি
চিঞৰি ক'লে,
সকলোৰে ৰজা মই
জানিবি হ’লে।’
এইবুলি দিলে
এটা দীঘল জাপ
পিছে সমূখতে
এটি ফেঁটি সাপ।

 

আই ঐ য’তে যাওঁ
থাকে ই তাত,
ভেকোলা পটং
বাপৰ বাপ্।
 ⸺⸺o⸺⸺

(৬)