পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘোঁৰা আৰু গৰু কোন বাৰু সৰু

ঘোঁৰাই ক’লে– গৰু
 তই মোতকৈ সৰু,
মোক দেখি লাগেনে
 হিংসা বাৰু?
কথাশুনি গৰুৱে
 কাণ জোকাৰি থলে
দেখি ঘোৰাৰ খঙ
 গল চুলিৰ আগে।

(৭)