পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ্যায়

মোগল ৰাজত্ব। বাবৰ। বাবৰ তাৰ্তাৰ দেশৰ টাইমুৰৰ বংশধৰ। তেওঁৰ মাক মোগল বীৰ চেংগিছ খাঁৰ সম্পৰ্কীয় আছিল। দিল্লীত বাবৰে প্ৰতিষ্ঠা কৰা ৰাজবংশ মোগল ৰাজবংশ নামে জনা যায় । বাবৰ । বাবৰৰ পিতাক তুৰ্কীস্থানৰ অন্তৰ্গত ফাৰগানা নামে এখন সৰু ৰাজ্যৰ ৰজা আছিল। এঘাৰ বছৰ বয়সতে বাবৰে পিতাকৰ