সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
ভাৰত বুৰঞ্জী

প্ৰশ্ন।

 ১। কেতিয়া আৰু কোনে গুপ্তবংশ স্থাপন কৰে?
 ২।গুপ্তবংশৰ সৰ্ব্বশ্ৰেষ্ঠ ৰজাজনৰ চমু পৰিচয় দিয়া।
 ৩। ফাহিয়ানৰ টোকাৰ পৰা আমি আমাৰ দেশৰ বিষয়ে কি কথা জানিব পাৰো?
 ৪। কুশানবংশৰ সৰ্ব্বশ্ৰেষ্ঠ ৰজাজনৰ ৰাজত্বকালৰ ঘটনাবোৰ উল্লেখ কৰা।
 ৫। কোনে, কেতিয়া, কেনেকৈ হুনবিলাকক ধ্বংস কৰিলে?