পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী অশোক জ্ঞানী আৰু ধাৰ্ম্মিক ৰজ৷ আছিল। তেওঁ প্ৰজাক ‘পুত্রবৎ পালন কৰিছিল। ধৰ্ম্ম বিষয়ত তেওঁ উদাৰ আছিল। আৰু গাগৰ 10 নদী LA ZONELLER সাঁচী অশোকৰ সাম্রাজ্য পাটলিপুত্র: সা গ LETLER 'পুত্র নদ sy å নিজে বৌদ্ধ হৈও আন ধৰ্ম্মৰ মানুহক ঘিন নকৰিছিল। সকলো ধৰ্ম্ম-গুৰুৱে অবাধে নিজৰ ধৰ্ম্ম প্ৰচাৰ কৰিব পাৰিছিল । খৃঃ পূঃ