পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আলেকজেণ্ডাৰৰ আক্ৰমণৰ ফলাফল আক্ৰমণৰ ফলত দুফালৰ দুটা অতি সুসভ্য জাতিৰ ভিতৰত ধৰ্ম্ম, সভ্যতা, বিজ্ঞানৰ আদান-প্রদান হয়। ভাৰতে গ্ৰীকৰ শিল্পকলা, বিজ্ঞান, জ্যোতিষ, মুদ্ৰাবিষয়ক কথাৰ আভাস পায়। গ্ৰীকবিলাকেও ভাৰতৰ উন্নত ধৰনৰ ধৰ্ম্ম, দৰ্শন আৰু বিজ্ঞানৰ জ্ঞান লাভ কৰিলে৷ ভাৰত আৰু ইউৰোপৰ মাজত বেহা- বেপাৰৰো এটা নতুন বাট ওলায় । M २