পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লকুজেত্তাৰৰ ভাৰত আক পুৰু এজন প্রতাগী, স্বাধীনতাপ্রিয় ৰঙ্গ আছিল। নিজৰ পৰা ৰক্ষা কৰিবৰ উদ্দেশ্যে তেওঁ

আলেকজেণ্ডাৰৰ গতিৰোধ কৰিবলৈ স অথিৱায় যায়। আলেকজেণ্ডাৰৰ এটা ফৌজ নাৱেৰে ঝাঁলাম নৈ আলেকজেণ্ডাৰ । পাৰ হৈ হঠাৎ পুকৰ সৈন্য আক্রমণ কৰিলেগৈ । পুৰুৰ সৈন্য সংখ্যাত সৰহ হলেও পশ্চিমীয়া সুশিক্ষিত সৈন্যৰ