পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(4) আবুল কান আছিল ? আকবৰৰ ৰাজসভাৰ এখন বিখ্যাত (১) যোদ্ধা, (২) নাট্যকাৰ, (5) পণ্ডিত, (0) fায়ী বদ কি ? ইয়াৰ দ্বাৰা- (1) (২) (3) মাৰাঠাসকলে ইংৰাজৰ লগত স্থায়ী মিত্ৰতা স্থাপন কৰিলে ।

  • । (ক) বেদ কেইথন আৰু কি কি ?

(খ) আলেকজেণ্ডাৰৰ বিরুদ্ধে যুগ্ম কৰা ভাৰতৰ বিখ্যাত ৰজাজনৰ নাম কি ? তেওঁৰ ৰাজ্য ক'ত আছিল ? (গ) কবুলতী আৰু পটা প্রথমে কোনে উলিয়ায় ? তেওঁ কোন বংশৰ ৰজা আছিল ? (ঘ) অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত -ত্যাগ আন্দোলন-কোন কোন চনত হৈছিল আৰু কোনে নেতৃত্ব কৰিছিল। (ঙ) চুলতানী ৰাজত্বকালৰ দুজন ধৰ্ম্মসংস্কাৰকৰ নাম লিখা। Cাম্পানীয়ে মোগল সম্রাটৰ পৰা ভাৰতত বেপার-বাণিজ্য কৰিবলৈ স্থায়ী অনুমতি পালে । জমিদাৰসকলে কোম্পানীক দিবলগা টক। নিগাজীকৈ (চ) ভাৰতৰ প্রথম স্বাধীনতা যুদ্ধৰ ( চিপাহী বিদ্ৰোহ ) সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? এই স্বাধীনতা যুজৰ দুজন প্রধান নেতাৰ নাম লিখা। (ছ) খৃঃ পূঃ ৩২৬ চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰে। খৃঃ অঃ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে। এই দুটা ঘটনাৰ ভিতৰত সময়ৰ ব্যৱধান কিমান বছৰ ?