এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বৃত্তি পৰীক্ষার প্রশ্ন
দ্বিতীয় খণ্ড
(যেই-সেই ৪টা প্ৰশ্নৰ উত্তৰ লিখা)
১। কণিষ্কৰ ৰাজত্বকালৰ এটা চমু বিৱৰণ দিয়া
২। ফাহিয়ান কোন? তেওঁ সেই সময়ৰ ভাৰতৰ সম্বন্ধে কি লিখি থৈ গৈছে?
৩। মহম্মদ টোগলকৰ ৰাজত্বকালৰ প্ৰধান ঘটনাবিলাক বৰ্ণনা কৰা।
৪। বিজয় নগৰ ৰাজ্যৰ এটা চমু বিৱৰণ দিয়া।
৫। আকবৰক মোগল সম্রাটসকলৰ ভিতৰত কিয় শ্রেষ্ঠ বোলা হয়?
৬৷ লর্ড ডেলহাউচিৰ প্ৰজাহিতকৰ কামবিলাক আলোচনা কৰা
৭। তলত দিয়া বিষয়বিলাকৰ যেই-সেই ২টাৰ চমু টোকা লিখা—
(ক) শ্ৰীশঙ্কৰ দেৱ, (খ) ৰাণা প্ৰতাপসিংহ, (গ) শৰাই ঘাটৰ
যুদ্ধ, (ঘ) স্বত্ববিলোপ নীতি।