পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

J বৃত্তি পৰীক্ষাৰ প্ৰশ্ন ৩। খালি ঠাই পুৰোৱা (সম্পুর্ণ বাক্য নিলিখিব।—মাত্র উপযুক্ত শব্দটো লিখা )- (ক) (খ) বুদ্ধদেৱে প্ৰথমতে কাশীৰ ওচৰত (গ) চন্দ্ৰগুপ্ত মৌৰ্য্যৰ ৰাজত্বকালত গ্ৰীক ৰাজদূত (ঘ) কুশাণ বংশৰ প্ৰধান ৰজা আছিল । (ঙ) দাক্ষিণাত্যৰ ৰজা (5) (ছ) আৰ্যসকলে পোন প্ৰথমে ভাৰতৰ ——ত বাস কৰে ৰ হাতত হৰ্ষবৰ্দ্ধন পৰাস্ত হৈছিল । এ প্রথমে ভাৰতত মুছলমান ৰাজ্য প্রতিষ্ঠা কৰে । মহম্মদ টোগলকৰ কুশাসনৰ ফলত দাক্ষিণাত্যত স্থাপিত হোৱা ৰাজ্যবোৰৰ ভিতৰত আৰু (জ) ৰাজপুত ৰজাসকলৰ (খ) (গ) GRAZION - নামে ঠাইত ধৰ্ম্ম প্ৰচাৰ কৰে । -ভাৰতলৈ আহে । আকবৰৰ লগত মিত্ৰতা নকৰিলে । (ঝ) শিখ ধৰ্ম্মৰ আদি গুৰুৰ নাম আছিল । (ঞ) দেশীয় ৰজাবিলাকৰ স্বাধীনতা লড ওৱেলিচুলিয়ে কৌশলেৰে হৰণ কৰিবৰ বাবে নীতি অৱলম্বন কৰে ৷ 81 তলত ৫টা প্রশ্ন দিয়৷ আছে। প্রত্যেকটো প্ৰশ্নৰ কেইবাটাকৈ উত্তৰ দিয়া হৈছে । এইবোৰৰ ভিতৰত এটা উত্তৰহে শুদ্ধ ৷ বাকীবোৰ অশুদ্ধ। প্রত্যেক প্ৰশ্নৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা—— (ক) ( প্রধান । ৰ ৰাণ৷ উদয়সিংহই ভাৰতৰ প্ৰাচীনতম সভ্যতাৰ চিন কোন ঠাইত পোৱা হৈছে ? (১) পাটলিপুত্র, (২) নাচিক, (৩) মহেঞ্জদাৰে!, (৪) তক্ষশীলা । চাণক্য কাৰ মন্ত্ৰী আছিল ? (১) হর্ষবৰ্দ্ধন, (২) বিম্বিসাৰ, (৩) চন্দ্ৰগুপ্ত মৌৰ্য্য, (৪) কণিষ্ক । মহম্মদ বিণ টোগলকৰ চৰিত্ৰৰ প্ৰধান দোষ কি আছিল ? তেওঁ (১) নিৰক্ষৰ আছিল, (২) অতিশয় আমোদপ্রিয় আছিল, (৩) স্বেচ্ছাচাৰী আছিল ।