পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ১২। যেই সেই ৮টাৰ উত্তৰ লিখা— (ক) আৰ্যসকলৰ প্ৰধান ধৰ্ম্মপুথিৰ নাম কি ? (খ) জৈন ধৰ্ম্ম প্ৰচাৰ কৰোঁতা মহাপুৰুষজন কোন ? স্বাধীন ভাৰতৰ ৰাজকীয় মোহৰত কিহৰ ছবি আছে ? (ঘ) গুপ্তবংশ স্থাপন কৰোঁতা ৰজাজনৰ নাম কি ? (গ) (ঙ) ইচলাম ধৰ্ম্মপ্রবর্তন কৰোঁতা ৰজাজনৰ নাম কি ? (চ) কোন মুছলমান সম্রাজ্ঞীয়ে দিল্লীৰ সিংহাসনত বহিছিল ? (ছ) মহম্মদ টোগলকৰ দিনত দাক্ষিণাত্যত কোন দুখন বিখ্যাত ৰাজ্য স্থাপিত হয় ? (জ) ভাৰতত মোগল সাম্রাজ্য কোন চনত প্ৰতিষ্ঠিত হয় ? (ঝ) ১৮৫৭ চনত ভাৰতত কি ডাঙৰ ঘটনা হৈছিল ? (ঞ) কোন চনত অসমদেশ ইংৰাজৰ অধীনলৈ আহে ? (ট) কোনে ভাৰতত পোন প্রথমে ৰেলগাড়ী আৰু টেলিগ্রাফ প্ৰবৰ্ত্তন কৰে ৷ (ঠ) কোনে ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ কৰে ? (ড) কোন চনৰ কোন তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে ? ১৯৫৬ ১। তলত দিয়া নামবিলাক কালৰ আগ-পিচ অনুসৰি সজাই লিখা ভাস্কৰ বৰ্ম্মা, চিৰাজউদ্দৌলা, লর্ড উইলিয়াম বেন্টিঙ্ক, আকবৰ, অশোক। ২। তলত দিয়া চন আৰু ঘটনাবোৰ মিলাই লিখা— ১৮২৬ খৃঃ অঃ চিপাহী-বিদ্রোহ । ১৩৯৮ ১৮৫৭ ১৫২৬ » পানীপথৰ ১ম যুদ্ধ ৷ ইয়াণ্ডাবু সন্ধি । টাইমুৰৰ ভাৰত আক্রমণ । হৰ্ষবৰ্দ্ধনৰ ৰাজত্বৰ আৰম্ভ ।