পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃত্তি পৰীক্ষাৰ প্ৰশ্ন ২। বৌদ্ধ ধৰ্ম্মৰ মূল মত কি কি? ইয়াক জৈন ধৰ্ম্মৰ লগত ৰিজোৱা । 9 ৩। চীনৰ পৰিব্রাজক হিউয়েনচাঙৰ ভ্ৰমণ-বৃত্তান্তৰ পৰা ভাৰতৰ কোন সময়ৰ ইতিহাস জানিব পাৰি? সেই ভ্রমণ-বৃত্তান্তৰ বিষয় চমুকৈ লিখা। ৪। সমুদ্রগুপ্তৰ ৰাজত্ব কাল বর্ণনা কৰা৷ ৫। পানীপথৰ ১ম যুদ্ধ আৰু তাৰ ফলাফল বর্ণনা করা । ৬। মোগল সম্রাট চাহজাহানৰ ৰাজত্বকালত হোৱা প্ৰধান প্রধান ঘটনাৱলী আৰু কাৰুকাৰ্য্যবিলাক বৰ্ণনা কৰা । 91 তলত দিয়া বিষয় বিলাকৰ যেই সেই ৪টাৰ বিষয়ে চমুকৈ লিখা— (ক) ইয়াণ্ডাবু সন্ধি, (খ) ৰেগুলেটিং এক্ট, (গ) ফাহিয়ান, (ঘ) মহাৰাজ নৰনাৰায়ণ, (ঙ) নালন্দ৷ বিশ্ববিদ্যালয়, (চ) ৰাণী দুর্গাবতী, (ছ) চিপাহী বিদ্রোহ, চিপাহী বিদ্রোহ, (জ) ভাৰতৰ শেষ গবৰ্ণৰ (ছ) জেনেৰেল । কোনে কেতিয়া থিলিজী বংশ স্থাপিত কৰে ? এই বংশৰ কোন ৰজাৰ দিনত টাইমুৰে ভাৰত আক্রমণ কৰে? সেই আক্রমণ চমুকৈ বৰ্ণনা কৰা । ৯। শিবাজীয়ে কেনেকৈ মহাৰাট্ট৷ জাতিটোক এটা লেখত লবলগীয়া জাতি কৰি তুলিছিল ? অথবা শিখ জাতিৰ উত্থান-পতনৰ এটি সংক্ষিপ্ত বিৱৰণ লিখা । ১০। লর্ড উইলিয়ম্ বেণ্টিঙ্কৰ শাসনকালত হোৱা জনহিতকৰ কাৰ্য্যবিলাক বর্ণনা কৰা । ১১। মণ্টেগু—চেমচফোর্ড শাসনপ্রণালী সম্বন্ধে যি জানা লিখা ।