পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ন ভাৰত বুৰৱীী

১ম খণ্ড

১ ৷ মহাৰাজ অশোকৰ ৰাজত্বকাল বৰ্ণনা কৰ| 'আৰু তেওঁ বৌদ্ধ ধৰ্ম প্রচাৰৰ বাবে কি কৰিছিল লিখা ৷

২ | মহাবীৰ আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ আৰু ইয়াৰ ফলাফলৰ বিষয়ে কি জানা লিখা ।

৩। মহম্মদ টোগলকৰ ৰাজত্বকালৰ খাই ঘটনাবোৰ বৰ্ণন| কৰা।

৪। ছা-জাহানৰ ৰাজত্বকাল বৰ্ণনা কৰা।

৫ | ল্‌ কাৰ্জ্জনৰ শাদনকালৰ চমু টোকা লিখা ।

৬ | যেই সেই টাৰ চমু টোকা লিখ|---

(ক) হিউয়েনচাং। (খ) ৰেগুলেটিং এক্ট। (গ) ঢটোডৰমল। (ঘ) ইয়াগ্ডাবুৰ সন্ধি। (ঘ) চাণক্য। (চ) আলবেকুনি ৷

২য় খণ্ড

১। বৈদিক যুগৰ আধ্যসকলৰ সাহিত্য, ধৰ্ম্ম আৰু সামাজ্সিক অনুষ্ঠানৰ বিষয়ে কি জান! লিখ! । ৷

২। বাহমনি ৰাজ্যৰ উত্থান পতনৰ বিষয় কি জান| লিখ| ৷

৩ ৷ ওৱাৰেন হেঞ্লিংচক কিয় বৃটিচ সাম্ৰাজ্য গঢ়োতা| বোলে তাৰ যুক্তি দেখুৱা } ,

৪ | আলাউদ্দিন খিলিখিৰ শাসন প্রণালী আৰু তেওঁৰ ৰাজত্বকালত ভাৰতৰ অৱস্থা কেনে আছিল লিখা ৷

৫ | ভাৰতবৰ্ষত ইংৰাজ আৰু ফৰাচীৰ বিৰাদ্দ সম্পর্কে কি জান| }

ফৰাচীৰ পৰাজয়ৰ কাৰণ কি?