পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃত্তি পৰীক্ষাৰ প্রশ্ন ৰ ১৯৫৩

১। ভাৰতৰ আদিম অধিবামীবিলাক কোন আছিল? তেওঁলোকৰ চলন-ফিৰণ আৰু সামাজিক বাৱস্থাৰ বিষয়ে বৰ্ণনা কৰ৷ ৷ ূ ২। হর্ধবৰ্্দন কোন? তেওঁৰ ৰাজত্ব কালত ভাৰতবৰ্ষৰ অৱস্থা কেনেকুৱ| আছিল৷ ৩। বৃদ্ধ দেৱৰ সম্বন্ধে কি জান| লিখ| ৷ বোদ্ধ ধৰ্ম্ম কোন কোন ৰজাৰ দিনত কোন দেশত প্রচলিত হৈছিল সংক্ষেপে লিখ৷| ৷ ৪ ] মহম্মদ ঘোৰীৰ ভাৰত আক্ৰমণৰ বিষয়ে কি কি জান| লিখ৷ ৷ ৫ | আল্লাউদ্দিন খিলিজিৰ ৰাজত্বকাল আৰু চৰিত্ৰ বৰ্ণনা কৰা । ৬ । আকবৰৰ শাসন প্রণালী সম্বন্ধে কি জান| লিখ| ৷ ৭ | লড় ৰিপণে কি কি জনহিতকৰ কাম কৰিছিল? ৮ ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে চমুকৈ লিখা ৷ / ৯ চিপাহী বিদ্ৰোহৰ কাৰণ কি? ইহাৰ ফলাফল লিখা ৷ / ১*। তলত দিয়| যেই সেই ৩টাৰ চমু বিৱৰণ লিখ|--- শঙ্কৰ দেৱ, ইয়াণ্ডাবু সন্ধি, শৰাই ঘাটৰ ৰণ, নানক, ঘুৰণীয়া মেজেমেল, ৰামায়ণ, ছেৰ ছাহ ৷ ১১। শিবাজী কোন? তেওঁ মহাৰাষ্ট্ৰ জাতি কেনেকৈ গঠন কৰিলে ? ১২ । মেগেস্থিনিচ কোন ? তেওঁ লিখি থৈ যোৱা বিৱৰণৰ পৰা| আমি ভাৰতৰ বিষয়ে কি কি জানিব পাৰে| ?

১৯৫৪ [ যি কোনো ৬টা প্রশ্নৰ উত্তৰ লিখ| ] ১৷। আধ্যবিলাক আদিতে ভাৰতত ক’ত আছিল। তেওঁলোকে কেনেকৈ ভাৰতত তেওঁলোকৰ বসতি বিস্তাৰ কৰিলে?