পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃত্তি পৰীক্ষাৰ প্রশ্ন ৩ ৪ | ইয়াঙ্ডাবু সন্ধিৰ বিষয় কি জান| ? এই সন্ধি কেতিয়া কাৰ কাৰ ভিতৰত হৈছিল? ৫ | টাইমূৰৰ ভাৰত আক্ৰমণৰ এটি বিৱৰণী দিয়া । ৬ | যেই সেই তিনটাৰ চমু টোক| লিখা-- (১) উপনিষদ (২) পিণ্ডাৰী (৬) জাতিসঙ্খ (৪) নানক (৫) ছেৰখঁ (৬) হিজৰী চন (৭) মিৰজুমলাৰ অসম আক্ৰমণ।

২য় খণ্ড

১। পুৰণি ভাৰতবৰ্ষৰ এখন মেপ আঁকি তলত দ্দিয়| বোৰ বহুওৱ| £- মগধ ৰাজ্য, প্ৰাগজ্যোতিষপুৰ, কলিঙ্গ, মহেগ্রদাৰে ।

২ | অসহযোগ আন্দোলন, চাইমন কমিচন, থুৰণীয়| মেজ মেল এই কেইটাৰ সহায়ত আমাৰ স্বাধীনত| যুদ্ধৰ এট টোক| লিখ! ৷

৩ । হিউয়েনচাং কৰ মানুহ আছিল? তেওঁৰ বিৱৰণীৰ পৰা| সেই সময়ৰ ভাৰতবৰ্ষ সম্বন্ধে কি জানিব পাৰে৷ ।

৪ | দেশ জয় আৰু বাণিজ্য বিস্তাৰৰ আকাঙ্কাত, এই দুই কাৰণত ইংৰাজ আৰু ফৰাচী জাতিৰ ভিতৰত ১৮ শতিকাত হোৱ| বিৰোধৰ এটা চমু বিৱৰণী লিখা ৷

৫ । কলম্বচ আৰু ভাস্কোডাগামাৰ আবিষ্কাৰে বৃটিচ সাম্রাজ্য বিস্তাৰত কেনেকৈ সহায় কৰিছিল লিখা ৷

১৯৫২

[ ইংৰাজী আৰু মজলীয়| সংস্কৃত পৰীক্ষাৰ্থীয়ে ১ম খণুৰ পৰ| যেই

সেই ৪টা প্রশ্নৰ উত্তৰ কৰিব আৰু মজলীয়৷ অসমীয়া| পৰীক্ষাৰ্থীয়ে ১ম খণ্ডৰ

পৰ| যেই সেই দুটা আৰু ২য় খণ্ডৰ পৰ| যেই সেই দুটা মুঠ ৪টা প্রশ্নৰ ভত্তৰ কৰিব ৷]