পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ভাৰত বুৰঞ্জী দ্বিতীয় খণ্ড

১। আগনেকজেণ্ডাৰ কোন ? তেওঁ কেতিয়া আৰু কোন পিনে ভাৰতত সোমায়? কাৰ লগত ৰণ কৰিছিল? তেওঁৰ আক্ৰমণৰ

ফলাফল কি হল?

২ | মেগেস্থেনিচৰ টোকাৰ পৰা| আমি ভাৰতৰ বিষয়ে কি জানিব পাৰো}

৩। কি কি উপায়েৰে ছেৰছাহে তেওঁৰ ৰাজ্য বিস্তাৰ কৰিলে ? তেওঁৰ চৰিত্ৰৰ বিষয় কি জান| লিখ! ।

৪ | ৰবাট ক্লাইবৰ চমু পৰিচয় দিয়া ।

১৯৫১

[ মজলীয়| ইংৰাজী পৰীক্ষাৰ্থায়ে ১ম খণ্ডৰ পৰা যেই সেই ৪টা প্রশ্নৰ

উত্তৰ কৰিব, আৰু মজলীয়া অসমীয়া পৰীক্ষাৰ্থীয়ে প্রথম খণ্ডৰ পৰা| যেই সেই হুটা আৰু ২য় খণ্ডৰ পৰা ২টা মুঠ ৪ট| প্রশ্নৰ উত্তৰ কৰিব। ]

১ম খণ্ড ১। বুদ্ধদেৱৰ বিষয় কি জান| ? তেওঁ প্রচাৰ কৰা ধৰ্ম্মৰ মত কি? কোন কোন দেশত এই ধৰ্ম্ম প্ৰচাৰ হৈছিল ? ২। ভাৰতবৰ্ষৰ ৰজা| সকলৰ ভিতৰত কাক সৰ্ব্বশ্ৰেষ্ঠ বুলি ভাব| কাৰণ

দেখুৱাই লিখা । ৩। লৰ্ড উইলিয়ম বেদ্টিদ্কৰ দিনত হোৱা প্রধান প্রধান জন হিতকৰ

কামবোৰ উল্লেখ কৰা ।