পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি

মজলীয়। স্কুলৰ বৃত্তি আৰু লিভিং

চাৰ্টিফিকেট পৰীক্ষাৰ প্রশ্ন ।

১৯৫০

ৰিশেষকৈ চাবলগীয়। $-- *

(১) মজলীয়া ইংৰাজী পৰীক্ষাৰ্থীয়ে প্রথম খণ্ডৰ পৰা| ১. সেই ৪টা প্রশ্নৰ উত্তৰ কৰিব লাগিব।

(২) মজলীয়| অসমীয়া| পৰীক্ষাৰ্থীয়ে প্ৰথম খণ্ডৰ পৰ| যেই সেই হটী আৰু দ্বিতীয় খণ্ডৰ পৰাও ২টা, মুঠ 9৪টা প্রশ্নৰ উত্তৰ কৰিব

লাগিব ৷

  • |

২।

৪1

1

প্রথম খণ্ড আধ্যসকলৰ শিক্ষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, সমাজ আৰু সভ্যতাৰ বিষয়ে কি জান] লিখা । আকবৰৰ চৰিত্ৰ, ধৰ্ম্মবিশ্বাস আৰু শাসন-প্রণালীৰ বিষয়ে কি জানা লিখ! ৷ শিৱাজীয়ে কেনেকৈ মাৰাঠ| জাতিটোক এটা লেখত নবলগীয়| জাতি কৰি তুলিছিল ? কেতিয়া কেনেকৈ ভাৰতত বৃটিচ ৰাজ্যৰ স্থুত্ৰপাত হয় ? যেই সেই ৫টাৰ চমু টোকা লিখ| £-- (১) ৰেগুলেটিং এক্ট, (২) বাহমনি ৰাজ্য, (৩) হষবঞ্ধন (৪) হিউয়েনচাং, (৫) ২য়৷ পানীপথৰ ৰণৰ ফলাফল, (৬) টিপু চুলতান, (৮) লৰ ৱেলেচনি |