পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাধীন ভাৰত ১৯৭ জানুৱাৰিৰ পৰ| এই শাসনতন্ত্ৰ কাৰ্য্যকৰী হয়। সেই দিনাৰ পৰ৷ ভাৰত এখন গণৰাজ্যত পৰিণত হয়।


ডাঃ সৰ্ব্বপলী ৰাধাকৃষ্ণণ ।

স্বাধীন ভাৰতৰ ৰাষ্ট্ৰপতি ঃ--নতুন শাসনতন্ত্ৰ অনুযায়ী ভাৰতৰ সৰ্ব্বোচ্চ কাৰ্য্যকাৰক হল এজন নিৰ্ববাচিত ৰাষ্ট্ৰপতি বা প্ৰেচিডেণ্ট। নতুনশাসনতন্ত্ৰত এজন সহকাৰী-ৰাষ্ট্ৰপতিৰ বাৱস্থাও আছে। ডাঃ ৰাজেন্দ্ৰপ্ৰসাদে প্রথম ৰাষ্ট্ৰপতি স্বৰূপে