পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক৮৮-ডজ-৭9৯:99৩, ভাঞ্খনিদাকযেডছএমি ৭“ 9599

১৯৬ ভাৰত বুৰঞ্জী অভিযান পঠাবলৈ বাধ্য হয়। ফলত নিজাম ৰাজ্য অধিকৃত হল।

গান্ধী হত্যাৰ ৰায় ঃ--দিল্লীৰ লালকেল্লাত বহ| বিশেষ আদালতে নাথুৰাম আৰু আপণ্তেক প্ৰাণদণ্ড, আন পাচজন আচামীক যাবজ্জীবন কাৰাদণ্ডৰ আদেশ দিয়ে।


ডাঃ ৰাজেন্দ্ৰপ্ৰসাদ । ভাৰতৰ নতুন সংবিধান £--১৯৪৯ খুঃৰ ২৬ নবেম্বৰ তাৰিখে ভাৰতীয় গণপৰিষদে স্বাধীন ভাৰতৰ নতুন শাসন- তন্ত্ৰৰ প্ৰস্তুতি কাৰ্্য শেষ কৰে। ২৬ জান্ুৱাৰি ভাৰতৰ স্বাধীনতা সংগ্রামৰ চিৰস্মৰণীয় দিন আৰু ১৯৫০ খুঃৰ ২৬