পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাধীন ভাৰত ১৯৫

&্ৰীচক্ৰুৰত্ী ৰাজাগোপালাচাৰী (১৯৪৮--১৯৫৭ জান্গ- ৱাৱি ) £--১৯৪৮ খৃঃৰ জুন মাহত লৰ্ড মাউণ্টবেটেনৰ ঠাইত


গ্ীীচক্ৰবত্তী ৰাজাগোপালাচাৰী ।

পশ্চিম বঙ্গৰ গৱণৰ ব্ৰীচক্ৰবন্ত্া ৰাজাগোপালাচাৰী গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হয়৷

মহম্মদ আলি জিন্নাৰ মৃত্যু &--১৯৪৮ খৃঃৰ আগষ্ট মাহত পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলি জিন্নাৰ মৃত্যু ইয়।

হায়দৰাবাদৰ বিৰুদ্ধে ব্যবস্থ| :--ৰাজাগোপালাচাৰীৰ দিনতে ভাৰত চৰকাৰে হায়দৰাবাদৰ বিৰুদ্ধে এক সামৰিক