পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত ১৯১

চৰয়। তেওঁ ভাৰতলৈ আহি প্রথমে দেশৰ ভিন্‌ ভিন্‌ দলৰ নেতা সকলৰ লগত আলোচন| আৰম্ভ কৰিলে। কংগ্ৰেচ আৰু মুছলিম লিগৰ ভিতৰত বিবাদৰ কোনে৷ মিমাংসা হোৱাৰ আশ| নেদেখি ভাৰতক খণ্ডিত কৰ| আচঁনি তেওঁ হাতত লবলগাঁত পৰিছিল।

ভাৰত-বিভাগ £--লৰ্ড মাউণ্টবেটেনৰ পৰিকল্পনাকে ১৯৪৭ খুঃইৰ ৩ জুন তাৰিখে এটলিয়ে ঘোষণ।৷ কৰে। কংগ্ৰেচ, লীগ আৰু শিখে এই আচনি গ্রহণ কৰে। ফলত ১৫ আগষ্টৰ পৰা| ভাৰতবৰ্ষ ভাৰত ইউনিয়ন আৰু পাকিস্তানত বিভক্ত হয়।

পশ্চিম-পঞ্জাৱ, সিন্ধু, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, বেলুচি- স্তান, পূৰ্বব-বঙক্গ আৰু অসমৰ বজ্ৰীহট জিলাৰ অধিকাংশ লৈ পাকিস্তান গঠিত হল। বাকী অংশ ভাৰত ইউনিয়ন নামে

পৰিচিত হল।

ভাৰতৰ স্বাধীনত৷ আইন (১৯৪৭) £--১৯৪৭ খৃঃৰ জুলাই মাহত বৃটিচ পাল।মেণ্টে ভাৰতৰ স্বাধীনতা আইন বিধিবদ্ধ কৰে। ১৯৪৭ খুঃৰ ১৫ আগষ্টৰ পৰ| ভাৰত আৰু পাকিস্তানক বৃটিচ সাম্ৰাজ্যৰ অন্তৰ্গত ডমিনিয়ন হিচাবে গণ্য কৰা| হয়। বৃটিচ সাআজ্যৰ অন্তৰ্গত হলেও দুয়োখন ৰাষ্ট্ৰই ইচ্ছা অনুযায়ী বৃটিচ সাজ্ৰাজ্যৰ লগত থকা সম্বন্ধ দলিয়াই পেলাবৰ ক্ষমতা পালে ৷

১৯৪৭ খুঃৰ ১৫ আগষ্টৰ পৰ৷ লৰ্ড মাউণ্টবেটেন ভাৰত ইউনিয়ন আৰু মহম্মদ আলি জিন্না পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল হয়। পণ্ডিত জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ মন্ত্ৰিসভ|