পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নটী ভাৰত বুৰৱী

গঠন কৰে। সেইদৰে লিয়াকং আলিৰ নেতৃত্বত পাকিস্তান মন্ৰিসভ| গঠন হয়। দেশীয় ৰাজ্যবোৰৰ দুই এখনৰ বাহিৰে সকলে৷ ভাৰত ইউনিয়নত অন্তভুক্ত হয়।

প্রশ্ন। ১। মণ্টেগো-চেমচফোৰ্ড শাসন-সংস্কাৰ বুলিলে কি বুজা ? ২ ৷ অসহযোগ আন্দোলন, চাইমন কমিচন, ঘূৰণীয়া মেজ মেল-এই কেইটাৰ সহায়ত আমাৰ স্বাধীনত৷ যুদ্ধৰ এটা টোকা লিখ| ৷

৩। ভাৰতত বৃটিচ ৰাজত্বৰ অৱসান কোন সময়ত আৰু কেনেকৈ ঘটিল বৰ্ণন! কৰ| ৷

৪ । চমুটোক| লিখ| £-- (ক) ৰাওলট আইন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, ক্ৰিপ্ৰ দৌত্য, আজাম্‌ হিন্দ ফৌজ, মন্ত্ৰী-মিচন ৷