পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯০ ভাৰত বুৰঞ্জী

মুছলিম লিগে গণ-পৰিষদ বৰ্জ্জন কৰি জাতীয় চৰকাৰত যোগদান কৰাত শাসন-ব্যৱস্থা অচল হৈ পৰিল। মন্ত্ৰা-মিচনৰ পৰিকল্পনা কাধ্যকৰী নোহোৱাত ১৯৪৭ খুঃৰ ২০ ফেব্ৰুৱাৰি তাৰিখে ৰুটিচ প্রধান মন্ত্ৰী মিঃ এটলিয়ে ভাৰতৰ শাসন ভাৰ ১৯৪৮ খুঃৰ জুন মাহৰ ভিতৰতে ভাৰতীয়ৰ


হাতত গঢোৱ| হব বুলি ঘোষণ| কৰে। এই গুৰু কাধ্যভাৰ 1), সম্পন্ন কৰিবলৈ লৰ্ড ওৱাভেলৰ আগো নি ত ঠাইত লৰ্ড মাউণ্টবেটেনক নিষুক্ত'কৰি ভাৰতলৈ পৰঠোৱ| সিদ্ধান্তও ঘোষিত হয়।

সাম্প্ৰদায়িক কটা|-মৰ| £--প্রধান মন্ত্ৰী এটলিৰ ঘোষণাৰ পিছতেই কলিকতা, নোৱাখালি বিহাৰ, ৰোন্বাই, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, পঞ্জাৱ আদিত অসম্ভব ৰকমৰ সাম্প্ৰদায়িক কটা মৰ! আৰম্ভ হয়।

/ লৰ্ড মাউণ্টবেটেন (১৯৪৭-৪৮)

১৮৪৭ খুঃৰ মাৰ্চ মাহত লৰ্ড মাউণ্টবেটেনে কাৰ্্যভাৰ গ্রহণ কৰে। লৰ্ড মাউণ্টবেটেন বৃটিচ শাসনাধীন ভাৰতৰ শেহ ভাই-