পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুঢটিট ৰ|গুদগুৰ তলত ভাৰত ১৮৩

লড লিন্‌লিঠ,গে৷ ৈল১৯ত৪ত = খুৰি এপ্রিল = মাইত লব উদ লিংডা ৱাল মাৰ৷

কমৰপৰ! অৱসৰ লেৱাত তেওঁৰ ঠাইত ভাৰতৰ ৰাজপ্রতিনিধি হৈ আহে।

সম্ৰাট ষষ্ঠ জজ্জ £-- ব্যক্তিগত কাৰণ এটি লৈ সম্ৰাট ৮ম এড.-


ওৱাৰ্ডে নিজ ইচ্ছাৰে ৷ ষ্ট) মেও

সিংহাসন ত্যাগ কৰাত ১১১৯২

তেওঁৰ কৃতি ভায়েকে লৰ্ড লিন্‌লিঠ্‌গো| ।

ষঠ জৰ্জ্জ নামলৈ (১৯৩৬, ১১ ডিচেম্বৰ) সিংহাসন আৰোহন কৰে ৷

ভাৰত-শাসন আইন £-১৯৩৭ খুঃৰ ১ এপ্ৰিলৰ পৰ| ভাৰতবৰ্ষত নতুন ভাৰত-শাসন আইন ( ১৯৩৫) প্রৱৰ্তিত হয়। এই আইন অনুসাৰে ব্ৰহ্মদেশক ভাৰতৰ পৰ| বিচ্ছিন্ন কৰি, অসম, বঙ্গ, বিহাৰ, উৰিষ্যা, যুক্তপ্ৰদেশ, পঞ্জাৱ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, সিন্ধু, বোম্বাই, মাদ্ৰাজ, আৰু মধ্যপদেশ-বেৰাৰ--এই এঘাৰখন প্ৰদেশত প্ৰাদেশিক স্বায়ত্বশাসন ( }7[70ঘ]7)0]3] /১০০0০1101]%} ) প্রৱৰ্ত্তন কৰ] হ্য়।