পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুটিচ ৰাজদণগুৰ তলত ভাৰত ১৮১

স্বায়ত্ব-শশাসন দিয়৷ সম্পৰ্কে আলোচন| কৰিবলৈ ১৯৩৭ খৃঃত প্রথম ঘূৰণীয়া মেজৰ মেল বহে। কংগ্রেচে প্রথম থূৰণীয়| মেজৰ মেলত যোগদান দিয়| নাছিল।

গান্ধী-আৰুইন চুক্তি £--পথম ঘূৰণীয়া মেজৰ মেলৰ পিছত, লৰ্ড আকইন আৰু মহাত্ম৷ গান্ধীৰ ভিতৰত এক চুক্তি হয়। ফলত আইন অমান্য আন্দোলন স্থগিত হয় আৰু দ্বিতীয় ঘূৰণীয়| মেজৰ মেলত কংগ্ৰেচৰ একমাত্ৰ প্রতিনিধি হিচাবে মহাত্মা গান্ধীয়ে যোগদান কৰিবলৈ মান্তি হয়।

লৰ্ড উইলিংডন ( ১৯৩১--১৯৩৬ ) ঃ--লৰ্ড আৰুইনৰ পিছত ( ১৯৩১ ) লৰ্ড উইলিংডন ভাৰতৰ বৰলাটস্বৰপে আহে৷


7 ;/;]