পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮০ ভাৰত বুৰঞ্জী

ভাৰতৰ নান| ঠাইত ঘুৰি ভাৰতৰ বিষয়ে এটা ৰিপোৰ্ট ৰৃটিচ পাৰ্লমেণ্টলৈ পঠায়। চাইমন কমিচনত কোনে ভাৰতীয়


সদস্তা নাছিল। সেই কাৰণে চাইমন কমিচনৰ বিৰুদ্ধে দেশজুৰি প্রতিবাদ হৈছিল। ১৯৩০ খুঃত চাইমন কমিচনৰ ৰিপোট প্রকাশিত হয়।

// আইন অমান্য আন্দোলন (১৯৩০) $--১৯৩০ খৃঃত নহাত্ম গান্ধীৰ নেতৃত্বত আকৌ৷ “আইন অমান্য” আৰু বিদেশী বস্তু বৰ্জ্জন আন্দোলন আৰম্ভ হল। দেশজুৰি লোণকৰৰ প্রতিবাদ কৰি লোণ আইন অমান্ত আন্দোলন হল। বিপ্লববাদী যুবক সকলে চট্টগ্ৰামৰ অস্ত্ৰাগাৰ লুঞ্ডন কৰিলে (১৯৩৭ )। সদে৷

ব্যাপক আন্দোলন আৰম্ভ হল।

< প্রথম ঘুৰণীয়| মেজৰ মেল ঃ--চাইমন কমিচনে ভাৰতৰপৰ| ঘূৰি যোৱাৰ পিছত ইংলণ্ডত চাইমন ৰিপোরট আৰু ভাৰতক