পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃটিচ ৰাজদণ্ডৰ তগত ভাৰত

টু

-_ ভজ্ব্ব পাল, ভজ্ীঅৰবিন্দ ঘোষ প্ৰমুখ্যে বঙ্গদেশৰ বহুত নেতাক


দ্বিতীয় লড মিণ্টে| } মলেমিণ্টে৷ শাসন সংস্কাৰ $--মিণ্টোৰ ভাৰত শাসন- কালত লৰ্ড ম্লে ভাৰত-সচিব আছিল। মিণ্টোৰ শাসনকালত যি ভাৰতীয় শাসনতন্ত্ৰৰ সংস্কাৰ হয় তাক মর্লে-মিণ্টে! শাসন সংস্কাৰ নামে জন| যায়। ইয়াৰ দ্বাৰ। প্রাদেশিক আৰু কেন্দ্ৰীয় আইন-সভ|৷ কেইখনত বে-চৰকাৰী সদস্তাৰ সংখ্য। বেছি কৰ|৷ হল।