পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭২ ভাৰত বুৰঞ্জী

বঙ্গদেশ এই আন্দোলনৰ কেন্দ্ৰ আছিল। ল্‌ কাৰ্জ্জনে বিপ্লবী আন্দোলন ধ্বংস কৰিবৰ কাৰণে শাসনকাধ্য চলোৱাৰ স্মুবিধাৰ অজুহাত লৈ বঙ্গদেশক দুভাগ কৰে। বঙ্গ-বিভাগৰ বিৰূদ্ধে দেশজুৰি তৃমুল আন্দোলন হল। গেপালকৃষ্ণ গোখলে, লোকমান্য তিলক, স্বুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিনচন্দ্ৰ পাল আদি সকলোৱে এই আন্দোলনত অংশ গ্রহণ কৰিলে। এই আন্দোলন “স্বদেশী আন্দোলন” নামে জন| যায়। বৃটিচ সাআ্জাজাবাদী সকলৰ স্বাৰ্থত বাধ| দিবৰ কাৰণে বিদেশী বনস্তু বজ্জন কৰিবলৈ আন্দোলনৰ নেত| সকলে উপদেশ দিছিল। ১৯০৫ খুঁঃত ল্‌ কাৰ্জ্জনে কাম এৰি বিলাতলৈ যায়।

প্রশ্ন

১ ৷ ল্‌ ৰিপণে কি কি জনহিতকৰ কাম কৰিছিল }

২ ৷ ল্‌ কাৰ্জনৰ শাসনকালৰ চমু টোকা লিখ ৷

৩ ৷ চমু টোক| লিখ| ঃ--ব্ৰহ্মৰ ২য় যুদ্ধ, মণিপুৰৰ যুদ্ধ, স্বদেশী আমন্দোলন্‌ ।

২য় লঁ মিণ্টে৷ । ( ১৯০৫--১৯১০ ) লৰ্ড কাৰ্জ্জনৰ পাছৰ জন| ৰাজপ্ৰতিনিধি লৰ্ড মিণ্টো ৷

তেওঁ আহিয়েই স্বদেশী আন্দোলন বন্ধ কৰিবৰ কাৰণে কঠোৰ দমন নীতি অৱলম্বন কৰিলে। অশ্বিনীকুমাৰ দত্ত, বিপিন