পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গমসম্থ্দডঞগগজনকপ্ষ্যংসংগ্গালাপ্ধ্ল্তসজ্ষদসলুকঞতল লগা এনভকতডা কদম

শুনল ন73%539947:=-=% ুুঁহঁহইহুহঁহৰইঁৰইইঁহ ৰহ কব লক জলৰিনদ খল কু লে লেল ২৯৭৮০ অৰ্গৰ ১৭] কে ৮ম নত


১৬৮ ভাৰত বুৰঞ্জী

মহীশুৰ $--লৰ্ড বেণ্টিস্কে মহীশূৰ ৰাজ্য বৃটিচৰ অধীনলৈ আনিছিল। ১৮৮১ খবঃত ৰিপণে পুনৰায় মহাশূৰ ৰাজ্য হিন্দু ৰজাৰ হাতত অৰ্পণ কৰে।

৬ শাসন সংস্কাৰ $--লৰ্ড ৰিপণৰ শাসনকাল নানাবিধ সংস্কাৰৰ কাৰণে প্রসিদ্ধ। তেওঁৰ দিনত ১৮৮১ খুঃত ভাৰতত মান পিয়ল হয়। কল কাৰখানাত কাম কৰ| বনুৱ| শিশুৰ মঙ্গলৰ কাৰণে এখন ফেক্টৰি আইন জাৰি কৰে। ৰিপণে ৰাজস্ব আৰু কৃষি বিভাগৰ উন্নতি সাধন কৰে৷ ১৮৮২ খুঃত তেওঁ লোণ কৰ কমালে; কপাহী কাপোৰ আৰু আন আন বহুত বস্তুৰ ওপৰত থকা শুল্ক তুলি দি অবাধ বাণিজ্যৰ পথ মুকলি কৰিলে। প্রাদেশিক ভাষাত প্রকাশ কৰা| বাতৰি কাকতৰ আলোচন! সীমাবদ্ধ কৰি লিটনে যি আইন জাৰি কৰিছিল, ১৮৮৩ খৰত ৰিপণে তাক উঠাই দিয়ে।

স্বায়ত্ব-শাসনৰ সত্ৰপাত $- লৰ্ড মেয়োৰ দিনত কেইখন মান “জিল| সভা” ( [1ম] €০৮080ণ]) স্থাপন কৰা হৈছিল। ৰিপণে ১৮৮৫ খৃঃত প্রত্যেক জিলাত ‘জিলাবোৰ্ড’, প্রতি মহকুমাত লোকেল বোৰ্ড আৰু পতি নগৰত মিউনিচিপেল বোৰ্ড স্থাপন কৰিছিল। ইয়াৰ ফলত শিক্ষা বিস্তাৰ, ৰাস্তাঘাট নিৰ্ম্মাণ, স্বাস্থ্যৰক্ষাৰ বন্দৱস্ত আদি কামবোৰ আংশিকভাবে জনসাধাৰণৰ হাতলৈ আহল।

লৰ্ড ৰিপণ বৰ উদাৰ আছিল। ভাৰতীয় মানহে তেওঁক. বৰ ভাল পাইছিল ৷