পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত ১৬৭

তেওঁৰ দৰবাৰত এজন বৃটিচ তুত ৰাখিবলৈ আৰু বৈদেশিক বিষয়ত বুটিচৰ নি্দ্দেশ মানি চলি বলৈ বাধ্য হয়। আফগানৰ তৃতীয় যুদ্ধ &--আফগান সৈন্যই ১৮৭৯ খুঃত

বুটিচ ৰাজদূতক হত্য৷ কৰিলে। বৃটিচ সৈন্য গৈ কাবুল আৰু কান্দ’'হাৰ অধিকাৰ কৰিলে আৰু ইয়াকুবক বন্দী কৰি কলিকতালৈ আনিলে। সেই সময়ত বিলাতত মসন্ত্ৰিসভাৰ পৰিবৰ্ত্তন হোৱাত লৰ্ড লিটনে কাম এৰি যাব লগ৷ হল।

| লড' ৰিপ্‌ণ ( ১৮৮০--১৮৮৪ ) $-_লৰ্ড লিটনৰ পিছত ‘লৰ্ড ৰিপণ৭ ভাৰতৰ ৰাজপ্ৰতিনিধি হৈ আহে।


লৰ্ড ৰিপণ।

ৰিপণে আফগান যুদ্ধৰ সামৰণি মাৰি আৰু আফগান জাতিৰ স্বাধীনত৷ স্বীকাৰ কৰি ৰাজনৈতিক দূৰদশিতাৰ পৰিচয় দিলে।